মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত দপ্তৰৰ সালসলনি…
July 10, 2021মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত দপ্তৰৰ সালসলনি।
শিক্ষামন্ত্ৰী ৰণোজ পেগুক প্ৰদান কৰা হৈছে অতিৰিক্ত দায়িত্ব।
ৰণোজ পেগুক ভৈয়াম জনজাতি আৰু পিচপৰা জাতি কল্যাণৰ অতিৰিক্ত দায়িত্ব অৰ্পন।
ইউ জি ব্ৰহ্মক হস্ততাঁত বয়ন, ভূমি সংৰক্ষণৰ লগতে বড়োলেণ্ড উন্নয়নৰ দায়িত্ব৷
এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰা হৈছে।