মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি!

December 11, 2020 0 By NEWS DESK

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড সংক্ৰমণৰ কথা অৱগত কৰে ।

লগতে বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক টেষ্ট কৰাৰ উপৰিও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷

বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ক’ভিডৰ সামান্য লক্ষ্যণে দেখা দিছে আৰু তেওঁ হ’ম আইছ’লেশ্যনত আছে বুলি জানিবলৈ দিছে।