মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি!
December 11, 2020মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।
টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড সংক্ৰমণৰ কথা অৱগত কৰে ।
লগতে বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক টেষ্ট কৰাৰ উপৰিও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷
I have tested positive for #Covid_19. I am under home isolation and experiencing mild symptoms. I request all those who came in contact with me in the past 5 days to kindly keep a watch on their health and if necessary get tested. Stay safe.
— Conrad Sangma (@SangmaConrad) December 11, 2020
বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ক’ভিডৰ সামান্য লক্ষ্যণে দেখা দিছে আৰু তেওঁ হ’ম আইছ’লেশ্যনত আছে বুলি জানিবলৈ দিছে।