মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ…

June 7, 2021 0 By Biraj Kalita

কাইলৈ প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত নিয়ম।

এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

 কাইলৈ পৰীক্ষা সন্দৰ্ভত কোনো বিশেষ সিদ্ধান্ত লোৱা সম্ভাৱনা।

সকলো শিক্ষাৰ্থীকে পঢ়া শুনা অব্যাহত ৰাখিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ।

কাইলৈ জনতা ভৱনত দিনৰ ১১ বজাত এখন বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে য’ত পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত এছ অ পি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।