মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচলনা নগাৰ দুৰ্বৃত্তৰ…
May 27, 2021পুনৰ উত্তপ্ত অসম-নাগালেণ্ডৰ মৰিয়নি সীমান্ত।
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচলনা নগাৰ দুৰ্বৃত্তৰ।
দিচৈভেলীত নগা দূবৃত্তৰ ধাৰাষাৰ গুলিবৰ্ষণ।
ৰূপজ্যোতি কুৰ্মীয়ে দিচৈৰ নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যাওঁতে গুলীবৰ্ষণ নগা দূবৃত্তই।
তেওঁৰ লগত আছিল অসম আৰক্ষীৰ এটা দল।
দলটো উপস্থিত হোৱাৰ লগে লগে পাহাৰৰ পৰা ধাৰাসাৰ গুলীচালনা।
Salute to the brave MLA Rupjyoti Kurmi .
— Dhiren Nath (@DhirenChNath) May 27, 2021
ঈশ্বৰক শতকোটি ধন্যবাদ আপোনালোক প্ৰতিজনেই অক্ষত অৱস্থাত ঘুৰি আহিব পাৰিছে ।
চৰকাৰক আহ্বান জনাওঁ অসমৰ মাটি নগাই বেদখল কৰাৰ লুকাভাকু বন্ধ কৰিবলৈ সৰ্বশক্তিৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । @rupjyoti_kurmi @CMOfficeAssam pic.twitter.com/FdSUtgAgXd
আৰক্ষী, বন বিষয়া আৰু সাংবাদিকো উপস্থিত আছিল দলটোত।
ঘন জংঘলৰ আঁৰ লৈ প্ৰাণ ৰক্ষা দলটোৰ।
ঘটনাস্থলীলৈ ৰাওনা আৰক্ষী, আছাম ৰাইফলছৰ অতিৰিক্ত দল।
লগতে চাওকঃ