শিক্ষামন্ত্ৰীলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰি কামৰূপ আৰু দক্ষিণ বৰপেটা জিলা প্ৰি-ছিনিয়ৰ মাদ্ৰাছা টেট সন্থাৰ সংবাদমেল…

May 27, 2021 0 By Biraj Kalita

শিক্ষামন্ত্ৰীলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰি কামৰূপ আৰু দক্ষিণ বৰপেটা জিলা প্ৰি-ছিনিয়ৰ মাদ্ৰাছা টেট সন্থাৰ সংবাদমেল।

ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ এম-টেট অপ্ৰাসঙ্গিক বুলি কৰা মন্তৱ্যৰ পাছতেই সংবাদ মেল যোগে কামৰূপ (গ্ৰাম্য) আৰু দক্ষিণ বৰপেটা জিলা প্ৰি-ছিনিয়ৰ মাদ্ৰাছা টেট সন্থাই শিক্ষামন্ত্ৰীলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰশ্ন-১)
যদিহে শিক্ষামন্ত্ৰীৰ মতে M-tet অপ্ৰাসংগিক ,তেন্তে একেখিনি উত্তীৰ্ণ প্ৰাৰ্থীৰ ভিতৰৰে একাংশক BTAD ত নিযুক্তি দিয়া হ’ল কিয ?

২)মাদ্ৰাছা ব’ৰ্ড যিহেতু সাধাৰণকৰণ কৰা হ’ল ,তেন্তে M-TET উত্তীৰ্ণ প্ৰাৰ্থী সকলক সাধাৰণকৰণ কৰা নহ’ল কিয় ?

৩) মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ বেছি ভাগেই নিযুক্তি পালে যদিও প্ৰি-ছিনিয়ৰ পৰ্যায়ৰ খিনিকেই বঞ্চিত কৰা হ’ল কিয় ?

৪) মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধৰণে ৰাজ্যত দিবলগীয়া নিবনুৱা একলাখ নিযুক্তিৰ ভিতৰত এম-টেট উত্তীৰ্ণ সকলকো সন্নিবিষ্ট কৰক

৫) মাদ্ৰাছা টেট মাদ্ৰাছা ব’ৰ্ড’ৰ পৰা অনুষ্ঠিত হোৱা নাছিল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনতহে হৈছিল ,তেনেস্থলত কিহৰ বাবে এই বঞ্চনা ?

সংবাদ মেল যোগে শিক্ষামন্ত্ৰী গৰাকীলৈ এই প্ৰশ্ন উত্থাপন কৰি বিবেচনাৰ আহ্বান সংস্থাৰ বিষয়ববীয়া দ্বয়ৰ