শিশু নিৰুদ্দেশ
October 19, 2021নিউজ ডেস্ক। বিশ্বনাথৰ পাভৈৰ ১ নং দিৰিং পথৰ সঞ্জীৱ তাঁতী নামৰ এগৰাকী শিশু নিৰুদ্দেশ।
জানিব পৰা মতে, সঞ্জীৱ তাঁতী নামৰ কণমানি শিশুটি যোৱা ৯ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
শিশুটিৰ গাৰ বৰণ ক’লা আৰু বয়স ৮ বছৰ।
কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ কোনো সন্ধান লাভ কৰিলে ৯৬৭৮৯-৫২৪০৬, ৭৬৭০০-৬৭৫৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।