শিৱসাগৰত আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ প্ৰথম খন ৰাজনৈতিক অভিবৰ্তন!

December 16, 2020 0 By NEWS DESK

শিৱসাগৰত আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ প্ৰথম খন ৰাজনৈতিক অভিবৰ্তন।

শিবসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় এই অভিবৰ্তন ।

বুধবাৰে ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

ইফালে বুধবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ”ব প্ৰতিনিধি সভা।

এই অভিবৰ্তনতে অসম জাতীয় পৰিষদত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদৰ লুৰীণ জ্যোতি গগৈ আৰু অগপৰ প্ৰাক্তন জ্যেষ্ঠ নেতা পবিন্দ্ৰ ডেকাই যোগদান কৰিব।