শোকাৱহ ঘটনাঃ মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ…
July 21, 2021গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
চানমাৰিত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু সাৱটিলে এজন যুৱকে।
মৃত লোকজনৰ নাম দিগন্ত দাস।
পুৱা প্ৰায় ৮ বজাত ৰে’লৱেৰ গেটত ৰং কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় লোকজন।
চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত এই ঘটনা।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী আৰক্ষী থানাৰ আৰক্ষী।