শোকাৱহ ঘটনাঃ মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ…

July 21, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

চানমাৰিত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু সাৱটিলে এজন যুৱকে।

মৃত লোকজনৰ নাম দিগন্ত দাস।

 পুৱা প্ৰায় ৮ বজাত ৰে’লৱেৰ গেটত ৰং কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় লোকজন।

চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত এই ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী আৰক্ষী থানাৰ আৰক্ষী।