শোকাৱহ ঘটনা! মহানগৰীত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ…

July 2, 2021 0 By Biraj Kalita

মহানগৰীত শোকাৱহ ঘটনা।

বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজন লোকৰ।

মহানগৰীৰ ভীমা শংকৰ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তিজনৰ নাম জামা বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।