শোকাৱহ ঘটনা! মহানগৰীত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ… July 2, 2021 0 By Biraj Kalita মহানগৰীত শোকাৱহ ঘটনা। বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজন লোকৰ। মহানগৰীৰ ভীমা শংকৰ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তিজনৰ নাম জামা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবাদ, বন্ধ আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰবিৰোধ বুলি কব নোৱাৰি! অখিলৰ মুক্তি সন্দৰ্ভত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া… GMCH কৰ্তৃপক্ষৰ অনুমতি অবিহনেই চিকিৎসালয়ৰ পৰা ওলাই গৈছে অখিল গগৈঃ অধীক্ষক