শোকাৱহ দুৰ্ঘটনা! CRPFৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী…

June 19, 2021 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

CRPFৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী।

নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কঠিয়াতলী চাৰিআলীত পথ দূৰ্ঘটনা।

নিহত বাইক আৰোহীজন নগাঁৱৰ মিন্টু কৈৰী৷

দূৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সৃষ্টি হৈছে এক উত্তেজনাৰ পৰিস্থিতিৰ।

অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

দূৰ্ঘটনাগ্ৰস্ত বাইক নং AS02M 7603 টেংকাৰৰ নং WB39 5753।