এক শোকাৱহ পথ দুৰ্ঘটনা।
দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুজন লোক।
জাগীৰোডৰ ধৰমতুল শান্তিপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নিহত ২৩ বছৰীয়া জানমণি দাস আৰু ৩ বছৰীয়া মণ্টুমণি দাস।
দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ AS-01NC-2408 ।