শোকাৱহ! দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক, থিতাতে নিহত দুজন…

March 9, 2022 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুজন লোক।

জাগীৰোডৰ ধৰমতুল শান্তিপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত ২৩ বছৰীয়া জানমণি দাস আৰু ৩ বছৰীয়া মণ্টুমণি দাস।

দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ AS-01NC-2408 ।