শোকাৱহ! পথাৰত কাম কৰি থাকোতেই বজ্ৰ পৰি দুজনকৈ খেতিয়কৰ কৰুণ মৃত্যু…
June 13, 2021এক শোকাৱহ ঘটনা।
পথাৰত কাম কৰি থাকোতেই বজ্ৰ পৰি দুজনকৈ খেতিয়কৰ কৰুণ মৃত্যু।
বোকাজানত সংঘটিত হৈছে এই ঘটনা।
মৃত লোক দুজন হৈছে চাৰ্থে তিমুং আৰু বাবু ইংতি।
আনাহতে সংকটজনক অৱস্থাত ৪ গৰাকী মহিলাক ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
একেলগেই পথাৰত কাম কৰি আছিল কেউগৰাকী লোকে।
মৃত চাৰ্থে তিমুঙৰ ঘৰ বোকাজান কাৰাগাঁওৰ আনহাতে বাবু ইংতিৰ ঘৰ ৰংপি বস্তিৰ।
চাৰ্থে তিমুং আৰু বাবু ইংতিক বোকাজান সামূহিক চিকিৎসালয়লৈ আনিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।