শোকাৱহ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিশুসহ ৪জন…
June 20, 2021এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন চাৰিচকীয়া বাহনৰ মুখামখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এগৰাকী চালক।
আনহাত দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় শিশুসহ ৪জন লোক।
ছয়গাঁৱৰ কৈমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
এছ ০১ ই এম ০২২৭ নম্বৰৰ এমজি হেক্টৰ নামৰ চাৰিচকীয়া বাহনখন গোৱালপাৰাৰ দিশে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।