সকলো প্ৰকাৰৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ
সোমবাৰে এক পত্ৰযোগে বিটিচিৰ শীৰ্ষ আৰক্ষী বিষয়ালৈ এই বিষয় সন্দৰ্ভত জনালে হাগ্ৰামা মহিলাৰীয়ে।
মহিলাৰীয়ে বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শকলৈ প্ৰেৰণ কৰা পত্ৰত নিজৰ লগতে বাসগৃহতো নিয়োজিত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ কথা সদৰি কৰে।