সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য!

December 15, 2020 0 By NEWS DESK

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ।

৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

১৪.২ কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৫০ টকাকৈ।

আনহাতে ১৯কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৩৬টকাকৈ।

আজিৰে পৰা কাৰ্যকৰী হ’ব এই নিৰিখ।

উল্লেখ্য যে, যোৱা ২ ডিচেম্বৰত বৃদ্ধি হৈছিল এই নিৰিখ।