সালসলনি কৰা হৈছে বেংকৰ সময়সূচী।
পুৱা ৯ বজাতেই আৰম্ভ হ’ব বেংকৰ কাম কাজ।
দুপৰীয়া ১ বজালৈ খোলা থাকিব বেংক।
১জুনৰ পৰা কাৰ্যকাৰী হ’ব এই নতুন নিয়ম।
ক’ভিড পৰিস্থিতিৰ বাবে গ্ৰহণ কৰা হৈছে এই নতুন সময়সূচী।
৫০ শতাংশ কৰ্মচাৰীৰে চলিব বেংকৰ কাম-কাজ।
৯ বজাতে খুলিব ষ্টেট বেংকৰো প্ৰতিটো শাখা।