সালসলনি কৰা হৈছে বেংকৰ সময়সূচী! এতিয়াই জানি লওক…

June 1, 2021 0 By Biraj Kalita

সালসলনি কৰা হৈছে বেংকৰ সময়সূচী।

পুৱা ৯ বজাতেই আৰম্ভ হ’ব বেংকৰ কাম কাজ।

দুপৰীয়া ১ বজালৈ খোলা থাকিব বেংক।

১জুনৰ পৰা কাৰ্যকাৰী হ’ব এই নতুন নিয়ম।

ক’ভিড পৰিস্থিতিৰ বাবে গ্ৰহণ কৰা হৈছে এই নতুন সময়সূচী।

৫০ শতাংশ কৰ্মচাৰীৰে চলিব বেংকৰ কাম-কাজ।

৯ বজাতে খুলিব ষ্টেট বেংকৰো প্ৰতিটো শাখা।