সাৱধান! এতিয়াৰে পৰা হেলমেট নহ’লে পেট্ৰ’ল ডিপোত নাপাব পেট্ৰ’ল…
June 25, 2021সাৱধান হওক!য
এতিয়াৰে পৰা হেলমেট নহ’লে পেট্ৰ’ল ডিপোত নাপাব পেট্ৰ’ল।
আনকি ছাত্ৰ ছাত্ৰীয়েও হেলমেট পৰিধান কৰি নাহিলে সোমাব নোৱাৰিব শিক্ষানুষ্ঠানত।
জিলা পথ সুৰক্ষা বিভাগে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
২৫ জুন তাৰিখে অনুষ্ঠিত হোৱা জিলা পথ সুৰক্ষা বিভাগ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।
কাইলৈ পৰা কাৰ্যকৰী হোৱাকৈ কঠোৰ হব নিয়ম।
এতিয়াৰে পৰা সকোল বাইক চালককে নিৰীক্ষণ কৰিব যানবাহন আৰক্ষীয়ে।
আনহাতে অত্যধিক গতিবেগত বাহন চলালে তিনিমাহৰ বাবে চালকৰ প্ৰমাণ পত্ৰ বাতিল কৰাৰ লগতে ২০০০ টকা জৰিমনা ভৰিব লাগিব।