সিংহাসন পাহাৰত গুলীয়াগুলী, উগ্ৰপন্থীৰ গুলিত নিহত এজন উগ্ৰপন্থী…

July 11, 2021 0 By Biraj Kalita

কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত গুলীয়াগুলীৰ ঘটনা।

সিংহাসন পাহাৰৰ খেঙপিবুঙত উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ।

উগ্ৰপন্থী সংগঠন UPRFৰ ২ ফৈদৰ মাজত সংঘৰ্ষ।

ধাৰাসাৰ গুলীয়াগুলীত UPRFৰ এটা ফৈদৰ এজন কেডাৰ নিহত।

নিহত UPRF ৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ মানগীন খলহও।

নিজৰ মাজতে গুলিয়াগুলি হোৱা ঘটনাত মৃত্যু হয় সেনাধ্যক্ষ বিৰাপ্পানৰ।

দেওবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা।

বৰ্তমান মৃতদেহটো বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা নিয়া হৈছে ডিফুলৈ।