সীমান্তত অনশনত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী…

May 28, 2021 0 By Biraj Kalita

সীমান্তত অনশনত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

অসম চৰকাৰক ধিক্কাৰ জনাই অনিৰ্দিষ্টকালীন অনশনত বহে বিধায়কগৰাকী।

১বজাৰ ভিতৰত নগাৰ বেদখল উচ্ছেদৰ দাবী জনাইছিল ৰূপজ্যোতো কুৰ্মীয়ে।

কিন্ত নচলিল উচ্ছেদ অভিযান।

আনকি নগাৰ বেদখল চাবলৈ ন’গল আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জিপি সিঙ।

বেদখল উচ্ছেদ নকৰা পৰ্যন্ত অনশন ভংগ নকৰাৰ হুংকাৰ কুৰ্মীয়ে।