সেনা-আৰক্ষীৰ অভিযান মাৰণাস্ত্ৰসহ দুই আনলা উগ্ৰপন্থী আটক

January 27, 2022 0 By NEWS DESK

নিউজ ডেস্ক। সেনা-আৰক্ষীৰ যৌথ অভিযানত আটক দুই আনলা উগ্ৰপন্থী।

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ৩নং ডিব্ৰুজানৰ পৰা দুজন আনলা সদস্যক আটক কৰা হয়।

মাৰণাস্ত্ৰসহ আটক হােৱা আনলা সদস্য দুজনৰ নাম এলিজা জায় আৰু জন মীঞ্জ বুলি জানব পৰা গৈছে।

আনলা সদস্য দুজনৰ পৰা দুটা পিষ্টলসহ দহ জাঁই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ কৰা দুয়োজনক ভাৰতীয় সেনাই পেঙেৰী আৰক্ষীক গতাই দিয়ে।