হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ বিশেষ পৰ্যালোচনা বৈঠক

April 17, 2021 0 By Biraj Kalita

হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক।

নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সৈতে হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক।

বৈঠকত কংগ্ৰেছৰ বহু শীৰ্ষ নেতৃত্ব আহি উপস্থিত থাকে।

বিজেপিয়ে নিৰ্বাচনত কোনো গাফিলতি যাতে নকৰে তাৰ সন্দৰ্ভত আমি সচেতন থাকিমঃ দেবব্ৰত শইকীয়া।