১৪ জুলাইলৈ লামডিঙত কণ্টেইনমেণ্ট জন ঘোষণা…

July 7, 2021 0 By Biraj Kalita

৭ দিনলৈ লামডিঙত কণ্টেইনমেণ্ট জন ঘোষণা।

১৪ জুলাইলৈকে কন্টেইনমেন্ট জ’ন হিচাবে থাকিব লামডিং।

লামডিঙত পুনৰ কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই পদক্ষেপ জিলা উপায়ুক্তৰ।

সমগ্ৰ লামডিং টাউনৰ লগতে লামডিঙৰ তিনিওতা পঞ্চায়ত অঞ্চলক জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

জৰুৰীকালিন তথা বিশেষ অনুমতি অবিহনে লামডিঙত প্ৰৱেশ কৰা তথা লামডিঙৰ পৰা বাহিলৈ ওলোৱাত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ।

অবশ্যে গেলামাল, শাকপাচলি, গাখীৰৰ লগতে ফলমূলৰ দোকান খোলা থাকিব।