১৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত আজিজুল হক…

March 17, 2022 0 By Biraj Kalita

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ পেডলাৰ।

১৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ এটা পেডেলাৰ।

হোজাইত চলিছিল আৰক্ষীৰ অভিযান।

ধৃত গ্ৰেপ্তাৰ হোৱা পেডেলাৰটোৰ নাম আজিজুল হক।

গোপালনগৰস্থিত নিজ বাসগৃহৰ পৰা হেৰইনখিনি জব্দ কৰে আৰক্ষীয়ে।