১৫ নং ৰাষ্ট্রীয় ঘাইপথত গুলীয়াগুলীৰ ঘটনা…

June 16, 2021 0 By Biraj Kalita

বৰদলনিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত গুলীয়াগুলীৰ ঘটনা।

মৰমী তিনি আলিত সংঘটিত এই গুলীয়াগুলীৰ ঘটনা।

এখন বলেৰ’ বাহনত কঢ়িয়াই আনিছিল অবৈধ সুৰা।

ঘিলামৰা দিশৰ পৰা আহিছিল বাহনখন।

বাহনখনৰ নম্বৰ এএছ ০৭ এইচ ৭৫১৮।