১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নিজৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰিব পাৰিব যিকোনো ধৰ্মঃ উচ্চতম ন্যায়ালয়

April 10, 2021 0 By Biraj Kalita

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

এতিয়াৰে পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নিজৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰিব পাৰিব যিকোনো ধৰ্ম।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত অন্ধবিশ্বাস, তন্ত্ৰ-মন্ত্ৰ, বলপূৰ্বক ধৰ্মান্তকৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী কৰি এখন বিশেষ আবেদন দাখিল কৰিছিল।

আবেদনখনৰ শুনানি কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰি সস্তীয়া জনপ্ৰিয়তাৰ বাবে আবেদনখন দাখিল কৰা বুলি কয়।

অধিবক্তা অশ্বিনী উপাধ্যায় আৰু গোপাল শংকৰ নাৰায়ণে দাখিল কৰিছিল এই আবেদনখন।