২০২০বৰ্ষৰ সদৌ অসম ছাত্ৰ সন্থাৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ বঁটা ঘোষণা!

December 24, 2020 0 By NEWS DESK

২০২০বৰ্ষৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা।

চলিত বৰ্ষৰ এই বটাঁটি প্ৰদান কৰা হ’ব অভিনেতা তথা সাংস্কৃতিক কৰ্মী পৱিত্ৰ ৰাভাক।

অহা ২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীত এই বটা প্ৰদান কৰা হব।

উল্লেখ্য যে, চানমাৰীৰ ছাত্ৰ সন্থাৰ শ্বহীদ উদ্যানত থকা প্ৰতিমা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত এই বটাঁ প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই।