২০২১ৰ ৪ মে’ পৰা অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা!
December 31, 2020২০২১ৰ ৪ মে’ পৰা অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
১০ জুন ২০২১ ত শেষ হ’ব চিবিএছচি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা
আনহাতে ১৫ জুলাইত হ’ব ফলাফল ঘোষণা।
ব্যৱহাৰিক বিষয় সমূহ পৰীক্ষা ১ মাৰ্চ ২০২১ৰ পৰা আৰম্ভ হ’ব।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে ঘোষনা কৰে পৰীক্ষাৰ সূচী।
উল্লেখ্য যে, ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।