২০২১ৰ ৪ মে’ পৰা অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা!

December 31, 2020 0 By NEWS DESK

২০২১ৰ ৪ মে’ পৰা অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

১০ জুন ২০২১ ত শেষ হ’ব চিবিএছচি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 

আনহাতে ১৫ জুলাইত হ’ব ফলাফল ঘোষণা।

ব্যৱহাৰিক বিষয় সমূহ পৰীক্ষা ১ মাৰ্চ ২০২১ৰ পৰা আৰম্ভ হ’ব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে ঘোষনা কৰে পৰীক্ষাৰ সূচী।

উল্লেখ্য যে, ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।