২০ দিনৰ ভিতৰতে নিৰ্মান সম্পূৰ্ণ সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়ৰ…
June 7, 2021২০ দিনৰ ভিতৰতে নিৰ্মান সম্পূৰ্ণ সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়।
সৰুসজাইত নিৰ্মান কৰা অত্যাধুনিক কভিড চিকিৎসালয় পৰিদৰ্শনৰ কৰি এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
যোৱা ১৮ মে তাৰিখে DRDO ৰ লগত স্বাক্ষৰিত হোৱা এক চুক্তিমৰ্মে এই চিকিৎসালয় খন নিৰ্মান কৰি উলিওৱা হৈছে।
সৰ্বমুঠ ৩০০ খন বিচনাযুক্ত এই চিকিৎসালয় খনত ১০০ খন আই চি ইউ আৰু ২০০ খন অক্সিজেন যুক্ত বিচনা সংলগ্ন কৰা হব।
১০ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয় খনৰ শুভাৰম্ভণি কৰিব।
সম্পূৰ্ণ ২২ কৌটি টকা ব্যয় সাপক্ষে নিৰ্মান কৰা হৈছে চিকিৎসালয় খন।