৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ধুবুৰীৰ অভিযুক্ত DSP যতীন দাস আৰু ৰফিকুলক…
June 1, 2021৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ধুবুৰীৰ DSP যতীন দাস আৰু ৰফিকুলক।
CASE NO.881/21U/S. 120(B)/409 IPC7&12 PC Actৰ অধীনত গোচৰ দুয়োজনৰ বিৰুদ্ধে।
ধুবুৰী আৰক্ষীয়ে ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল।
৫ দিনৰ বাবেই জিম্মালৈ দিছে আদালতে।দুয়োজনৰে ম’বাইল জব্দ কৰিছে।
আজি গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল দুয়োকে।
৫দিনৰ অন্তত পুনৰ হাজিৰ কৰোৱা হ’ব দুয়োকে।
উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যতীন দাসক।