৫৬০ দিনৰ মূৰত পত্নী, পুত্ৰৰে মিলন অখিল গগৈৰ, পুৱাই মাতৃৰ কাষলৈ অখিল গগৈ…
June 26, 2021৫৬০ দিনৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈৰ।
শুক্ৰবাৰে গুৱাহাটী নিজৰাপাৰ স্থিত ঘৰত উপস্থিত হয় শিৱসাগৰ জিলাৰ বিধায়ক গৰাকী।
হেঁপাহৰ ঘৰ খনত পুত্ৰৰ সৈতে কিছু মধুৰ সময় পাৰ কৰে অখিল গগৈয়ে
পত্নী আৰু পুত্ৰৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ গ’ল অখিল গগৈ।
গুৱাহাটীৰ পৰা পুৱাই ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে অখিল গগৈয়ে।
নিৰাপত্তা বেষ্টনীৰ মাজত মাতৃৰ খবৰ লবলৈ ঘৰমুৱা হয় অখিল গগৈ।
শুকুৰবাৰে এন আই এ আদালতে কাৰাৰুদ্ধ বিধায়কগৰাকীক দুদিনৰ বাবে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল।
দেওবাৰে নিশা ৮বজাত পুনৰ জি এম চি এইচত উপস্থিত হব লাগিব অখিল গগৈ।