৬০ বছৰ ধৰি গুহাৰ ভিতৰত থকা সাধুৱে ৰাম মন্দিৰলৈ দান কৰিলে ১ কোটি টকা!

January 29, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। আচৰিত যেন লাগিলেও সঁচা।

৬০ বছৰ ধৰি গুহাৰ ভিতৰত থকা এগৰাকী সাধুৱে ৰাম মন্দিৰলৈ দান কৰিলে ১ কোটি টকা।

এই বৃহৎ পৰিমাণৰ ধন আৰগবঢ়োৱা সাধু গৰাকীৰ নাম স্বামী শংকৰ দাস।

জানিব পৰা মতে সাধুগৰাকীলৈ ৰাইজে আগবঢ়োৱা অনুদানেৰে এই ধনৰাশি একগোট কৰিছে।

৬০ বছৰ ধৰি ভক্ত সকলে দিয়া সকলো টকাই তেওঁ ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে আগবঢ়াই।

উল্লেখ্য যে, স্বামী শংকৰ দাসক স্থানীয় লোকে ফক্কৰ বাবা নামেৰে জানে।

লগতে চাওকঃ

২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

ইউ টিউবত শিকিলে হেকিং, পিতৃক ১০ কোটি টকা দাবী ১১ বছৰীয়া ‘হেকাৰ’ পুত্ৰৰ

মৰ্মান্তিক! কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত কৰ্তব্যৰত বনকৰ্মী

সমনীয়াৰ সৈতে চিলা উৰুৱাই থাকােঁতে পথৰ কুকুৰৰ আক্ৰমণত ৯ বছৰীয়া শিশুৰ মৃত্যু