৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা চৈয়দ আলী আৰক্ষীৰ গুলীত আহত…
July 2, 2021৯ বছৰীয়া শিশু ধৰ্ষণকাৰী চৈয়দ আলীলৈ আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলি চালনা কৰি আহত কৰে চৈয়দ আলীক।
মৰিগাঁও ভোৰাগাওঁ এগৰাকী ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি নিৰ্মম ভাৱে হত্যা কৰিছিল লম্পত চৈয়দ আলীয়ে।
মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাওঁ বালিডুঙাৰ ঘটনাস্থলীলৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে ধৃত বৃদ্ধ লম্পত জনে।
ফলত চৈয়দ আলীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলিচালনে কৰে।
ইয়াৰ পিছতেই আহত হয় অপৰাধী চৈয়দ আলী।
বৰ্তমান GMCH ত চিকিৎসাধীন অপৰাধীজন।