ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক…

June 10, 2021 0 By Biraj Kalita

মৰিয়নীৰ ৰাজপথত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড৷

ৰাজপথতে দাওদাওকৈ জ্বলি উঠে সামগ্ৰীভৰ্তি এখন ট্ৰাক৷

মৰিয়নীৰ মোককচাং পথৰ কমাৰ্চ কলেজ(Mariani Commerce College)ৰ সন্মুখত ৰখাই থোৱা অৱস্থাত মালবাহী এ AS-23BC 1978 নম্বৰৰ ট্ৰাকখনত অগ্নিকাণ্ডটো সংঘটিত হয়৷

এই অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে চালক-হেণ্ডিমেনৰ৷

হঠাতে ট্ৰাকখন জ্বলি উঠা ঘটনাত কিছু ৰহস্য থকাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী(Fire brigade jorhat) উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়