ৰাজ্যত বৰভূঁইকপৰ পিছতে দুৰ্যোগ প্ৰশমন প্ৰধিকৰণে মুকলি কৰিছে হেল্পলাইন নম্বৰ

April 28, 2021 0 By Biraj Kalita

বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে বিস্তৰ ক্ষতিসাধন।

ইয়াৰ পিছতে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন প্ৰধিকৰণৰ মুকলি কৰিছে হেল্পলাইন নম্বৰ।

জনসাধাৰণৰ সহায়ৰ বাবে মুকলি কৰিছে ৩টা নম্বৰ।

নম্বৰ কেইটা হ’ল – ১০৭০,১০৭৯,১০৭৭।

লগতে মুকলি কৰা হৈছে এটা ই-মেইল।

ই-মেইলটো হৈছে- seoc.asdma@assam.gov.in

বিভাগটোৱে জনসাধৰনক সহায়ৰ বাবে এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।