ৰাজ্যত ভূমিকম্পত প্ৰাণ গ’ল এজন লোকৰ…

April 28, 2021 0 By Biraj Kalita

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

ৰাজ্যত ভূমিকম্পৰ ফলত প্ৰাণ গ’ল এজন লোকৰ।

ভূমিকম্পত প্ৰাণ গল এজন ৭০ উৰ্ধৰ ব্যক্তিৰ।

নিহত ব্যক্তিজন মহানগৰীৰ চন্দ্রপুৰৰ তাঁতিমাৰা গাওঁৰ প্ৰসন্ন কলিতা।

ভূমিকম্পৰ ফলত পৰিয়ালৰ বাকীবোৰ লোক বাহিৰত ওলাই অহাৰ সময়তে নিহত হয় ব্যক্তিজন।

হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ।