ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ আশংকা…

June 21, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে দুঃখবৰ।

ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা।

২৩ জুনৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ-পূৱৰ ৮টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা।

নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’টাৰ এছোচিয়েচনে কেইবাটাও দাবীত ৰূপায়ন কৰিছে ধৰ্মঘট।

থলুৱাক বঞ্চিত কৰি বহিৰাগতক কামৰ নিবিদা দিয়াৰ প্ৰতিবাদত এই ধৰ্মঘট।

বন্ধ থাকিব উত্তৰ পূৱৰ ক্ৰমে উত্তৰ গুৱাহাটী, মিৰ্জা-সৰপাৰা, দুলীয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাওঁ আৰু চেকমাইৰ বটলিং প্লান্ট।