ৰাজ্যবাসীলৈ বেয়া খবৰ, পুনৰ কৰ’ণাই প্ৰাণ ল’লে ৩জন লোকৰ!

December 21, 2020 0 By NEWS DESK

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ অব্যাহত আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাই প্ৰাণ ল’লে ৩ জন লোকৰ।

কৰ’ণাই প্ৰাণ লোৱা লোক কেইজন হৈছে- কৰ্ণ খাটনীয়াৰ, মদম কাফলে আৰু ছমছেৰ আলী।

বৰ্তমানলৈ ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০২০জনলৈ পাইছে বৃ্দ্ধি।