ৰাজ্যৰ ক’ভিড ৰোগীসকলৰ বাবে স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা…

April 24, 2021 0 By Biraj Kalita

ৰাজ্যৰ ক’ভিড ৰোগীসকলৰ বাবে স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা।

ৰোগীক অব্যাহতি দিয়াৰ ক্ষেত্ৰত কিছু নিয়ম সলনি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

এতিয়াৰে পৰা লক্ষণবিহীন ৰোগী সকলক ক’ভিড কেয়াৰ চেন্টাৰত ৰখা হ’ব আছুতীয়াকৈ।

৩ দিনলৈ জ্বৰ-কাহ আদি লক্ষণে দেখা নিদিলে ঘৰলৈ যাব দিয়াৰ অনুমতি।

শৰীৰ অক্সিজেন ছেছ্যুৰেশ্যন ৯৪ শতাংশৰ ওপৰত থাকিব লাগিব।

আৰ এ টি টেষ্টৰ ফলাফল নিগেটিভ আহিব লাগিব।

ঘৰলৈ যোৱাৰ পাছত ১০ দিনলৈ হোম কোৱাৰাইন্টানত থাকিব লাগিব ৰোগীসকলে।

আনহাতে লক্ষণ থকা ৰোগী সকলক ৰখা হ’ব ক’ভিড চিকিৎসালয়ত।