ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলিল চাৰিচকীয়া বাহন
July 30, 2021নিউজ ডেস্ক। ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলিল চাৰিচকীয়া বাহন।
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটৰ ন-মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুজনকৈ লোকৰ।
শুকুৰবাৰে ৰাতিপুৱা ৯.৪০ মিনিটত সংঘটিত হয় এই ঘটনা।
ন-মাইলৰ ১নং চিআৰপিএফ গেটৰ সমীপত হঠাৎ জ্বলি উঠে বাহনখন।
পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।