ৰে’ল দুৰ্ঘটনাঃ দুৰ্ঘটনাত পতিত গুৱাহাটী অভিমুখী ইণ্টাৰচিটি ৰে’ল…

June 27, 2021 0 By Biraj Kalita

লিডুৰ পৰা গুৱাহাটী অভিমুখী ইণ্টাৰচিটি ট্ৰেইন দুৰ্ঘটনাগ্ৰস্ত।

টুকুৰা টুকুৰা হৈ পৰে ট্ৰেইনৰ ট্ৰেক।

মাৰ্ঘেৰিটাৰ বৰগোলাইত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা।

লিডু মাৰ্ঘেৰিটা – গুৱাহাটী অভিমুখী ইন্টাৰ চিটি ৰে’ল খন আজি দুৰ্ঘটনাত পতিত হয়।

মাৰ্ঘেৰিটাৰ বৰগোলাইত লাইনচ্যুত হয় ৰে’লখন।

দুৰ্ঘটনাটোৰ ফলত অবশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

দুৰ্ঘটনাৰ ফলত প্ৰায় ১৫০ মিটাৰ ৰেল পথ ভাঙি যায়।

ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল বিভাগৰ উদ্ধাৰকাৰীৰ দল।