APDCLৰ নতুন নিৰ্দেশনাঃ বিদ্যুতৰ বিল পৰিশোধ নকৰিলে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা…
June 19, 2021APDCLয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা।
বিদ্যুতৰ বিল পৰিশোধ নকৰিলে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা।
কৰ্মচাৰীসকলে দাখিল কৰিব লাগিব বিদ্যুৎ বিল পৰিশোধৰ প্ৰমান পত্ৰ।
এই ধৰণৰ প্ৰমাণপত্ৰ আহৰণৰ বাবে বিদ্যুত বিভাগে কৰ্মচাৰীসকলক ৩০ জুনৰ সময়সীমা বান্ধি দিছে।
এই সন্দৰ্ভত APDCLৰ পৰিচালন সঞ্চালকে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত আৰু সচিবসকললৈ এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।