BPFত খহনীয়া ! BPFৰ MCLA বিজিত গৌৰা নাৰ্জাৰীৰ বিজেপিত যোগদান…
May 28, 2021BPF দলত মোক্ষম আঘাট।
বিজেপিলৈ গমন প্ৰাক্তন কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰীৰ।
হাগ্ৰামা মহিলাৰীৰ সংগ এৰি বিজেপিলৈ গমন কৰিলে নাৰ্জাৰীয়ে।
শুক্ৰবাৰে গুৱাহাটীত বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে যোগদান কৰে ২৬ নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে।
তামুলপুৰ BPFৰ সভাপতিৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নাৰ্জাৰীয়ে।
তিনিবাৰ কৈ এম চি এল আছিল বিজিত গৌড়া।