BTCৰ নতুন চীফ হিচাপে শপত ললে প্ৰমোদ বড়োৱে!

December 15, 2020 0 By NEWS DESK

BTCৰ নতুন চীফ হিচাপে শপত ললে ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে।

ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পাঠ কৰোৱালে শপত বাক্য।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে বিত্তমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি।

আনহাতে উপ মুখ্য কাৰ্যবাহী ৰূপে শপত ললে UPPLৰ গোবিন্দ বসুমতাৰীয়ে।

কোকৰাঝাৰত বডোফা নগৰৰ গ্ৰীন ফিল্ডত আয়োজিত এক বিশাল গণ সমাবেশত শপত পাঠ পঢ়ে গোবিন্দ বসুমতাৰীয়ে।

গোবিন্দ বসুমতাৰীয়ে ইউ পি পি এলৰ ভৈৰৱকুণ্ড সমষ্টিত জয়যুক্ত হৈছিল