DFO ৰ অভিযানত জব্দ চােৰাংভাৱে মাটি কঢ়িওৱা ডাম্পাৰ

November 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ গোৱালপাৰা জিলাতাে চলিছে চােৰাংভাৱে মাটি খনন তথা সৰবৰাহৰ বেহা।

এইবাৰ বন প্ৰাধিকাৰী বিষয়া (DFO) ৰ অভিযানত জব্দ হ’ল অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰ।

উল্লেখ্য যে গােৱালপাৰা জিলা শিল, বালি, মাটিৰ অবৈধ ব্যৱসায় চলি থকাৰ সময়তে নিশা পঞ্চৰত্নৰ পৰা অবৈধভাৱে মাটি সৰবৰাহ কৰি থকা ডাম্পাৰ এখন জব্দ কৰে বন বিভাগে।

স্বয়ং ডিএফঅ’ই নিশা অভিযান চলাই পঞ্চৰত্নৰ পৰা এএছ ১৮ চি২৩৫৫ নম্বৰৰ ডাম্পাৰ জব্দ কৰি নিজ কাৰ্যালয়লৈ আনে।