GMCHত ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই…
June 3, 2021গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।
পুৰণি বাহন ৰখা ঠাইত নিৰ্মিয়মান ২০০ খন বিচনাযুক্ত আইচিইউ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
10 তাৰিখৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা।
20 তাৰিখলৈ ৰোগী থব পৰাকৈ সাজু হৈ উঠিব আই চি ইউ ৱাৰ্ড।
মৰিয়নীত চিকিৎসক নিগ্ৰহৰ ঘটনাৰো প্ৰতিক্ৰিয়া স্বাস্থ্য মন্ত্ৰী গৰাকীৰ।
GMCHত ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
মন্ত্ৰীগৰাকীয়ে কয়-চিকিৎসকক আক্ৰমণ কোনো পধ্যে সহ্য কৰা নহ’ব।
লগতে চাওকঃ