IPS বিষয়া দিগন্ত বৰাক গৃহ বিভাগৰ সচিব ৰূপে নিযুক্তি… June 16, 2021 0 By Biraj Kalita অসমৰ গৃহ বিভাগৰ নতুন সচিব নিযুক্তি। IPS বিষয়া দিগন্ত বৰাক গৃহ বিভাগৰ সচিবৰ দায়িত্ব অৰ্পন। পূৰ্বে তেওঁ অসম আৰক্ষী (এডমিন)ৰ উপ পৰিদৰ্শক জেনেৰেল হিচাপে কৰ্তব্যৰত আছিল। বুধবাৰে IPS বিষয়াগৰাকীক গৃহ বিভাগৰ সচিব ৰূপে দায়িত্ব দিয়া হয়। টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনালৈ অসম চৰকাৰৰ ৭ লাখ টকাৰ পুৰস্কাৰ… চৰ্ত নহয়, ঋণ মাফ কৰক! মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি ঋণগ্ৰস্ত মহিলাৰ সেৱা প্ৰাৰ্থনা…