NIAৰ আদালতত দোষমুক্ত অখিল গগৈ, শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা…

July 1, 2021 0 By Biraj Kalita

NIAৰ আদালতত দোষমুক্ত অখিল গগৈ।

অখিল গগৈ সকলো গোচৰৰ পৰা দোষমুক্ত।

চানমাৰি থানাৰ গোচৰত দোষমুক্ত অখিল গগৈ।

বৃহস্পতিবাৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈৰ।

অখিলৰ লগত থকা আন তিনিও জন অভিযুক্তকে দোষ মুক্ত কৰিছে আদালতে।

ধৈয্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো NIA ৰ আদালতে দোষমুক্ত ঘোষণা কৰিছে।

উল্লেখ্য যে, ডেৰ বছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল কৃষক নেতাগৰাকী।