আৰক্ষীৰ জালত তিনি কেজি গাঞ্জাসহ দুই সৰবৰাহকাৰী…

আৰক্ষীৰ জালত তিনি কেজি গাঞ্জাসহ দুই সৰবৰাহকাৰী…

September 3, 2022 Off By NEWS DESK

গৰৈমাৰীত ছয়গাঁও আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।

অভিযানত গাঞ্জাসহ আটক দুজনকৈ লোক।

আটকাধীন গাঞ্জা ব্যৱসাসী দুজন চান মিঞা আৰু সহৰ আলী।

ছয়গাঁৱৰ পুখুৰীপাৰত চলিছিল এই অভিযান।

ছয়গাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক অংকিত কুমাৰে চলাইছিল অভিযান।

অভিযানত আৰক্ষীয়ে জব্দ কৰে তিনি কেজি শুকান গাঞ্জা।

গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাত হাতে-লুটে ধৰা পৰে ব্যৱসায়ী দুজন।