99th birthday celebration of veteran at Mizoram

Itanagar, Mar 26: The Territorial Army under the aegis of 23 Sector Assam Rifles, celebrated the 99th birthday of Padma Shri Havildar Lalbiakthanga Pachuau (Retired), a distinguished veteran of the 3rd Battalion, The Assam Regiment. At 99 years of age, Havildar Pachuau stands as a living embodiment of the finest traditions of the Indian Army. … Read more

আৰক্ষীৰ জালত ৬টাকৈ জুৱাৰী, জব্দ নগদ ধন…

জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। চেঙাৰ কাছুমাৰা আৰক্ষীৰ জালত পৰিছে ৬টাকৈ জুৱাৰী। বৰপেটাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাওঁৰ আলফাজ আলীৰ ঘৰত জুৱা খেল চলি থকা বুলি গোপন খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত চলা অতৰ্কিত অভিযানত কাছুমাৰা থানাৰ অন্তৰ্গত কামাৰপাৰাৰ জাকিৰ হুছাইন(৪০),নিৰ’লাৰ মাজম আলী(৩৬),ৰসিদ আলী(৪৩),পশ্চিম বাঘেৰচৰৰ আব্দুল … Read more