পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী জিণ্টু মৰাণ…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ তিনিচুকীয়াৰ কাকপথাৰত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী জিণ্টু মৰাণ।

কাকপথাৰৰ লাজুমত সংঘটিত হৈছে এই ঘটনা।

গুলীবিদ্ধ জিণ্টু মৰাণক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে।

অভিযানকাৰী দলৰ ওপৰত আক্ৰমণৰ চলাইছিল জিণ্টু মৰাণে।

নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা আৰক্ষীৰ।

ঘটনাস্থলীত উপস্থিত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰা।

Leave a Comment